Ads Area

Assamese Letarature GK-01 | অসমীয়া সাহিত্য়ৰ সাধাৰন জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ-০১

Assamese Letarature  GK-01

অসমীয়া সাহিত্য়ৰ  সাধাৰন জ্ঞানৰ প্ৰশ্ন আৰু উত্তৰ-০১

Assamese Letarature  GK-01


১) অসমীয়া গদ্য় সাহিত্য়ৰ জনক কোন?

উত্তৰঃ বৈকুন্ঠনাথ ভট্ৰাচাৰ্য


২) মাধবকন্দলীৰ পৃষ্ঠপোষক কোন আছিল?

উত্তৰঃ মহামানিক্য়


৩) কৃষ্ণ কীৰ্তনৰ লিখক কোন?

উত্তৰঃ বৰচন্ডিদাস


৪) শঙ্কৰদেৱে মঞ্চস্থ কৰা প্ৰথম খন অঙ্কীয়া নাট---

উত্তৰঃ চিহ্নযাত্ৰা


৫) একশৰণ নাম ধৰ্মৰ প্ৰবৰ্ত্তক কোন?

উত্তৰঃ শঙ্কৰদেৱ


৬) নিমি নবসিদ্ধ কিহৰ বিষয়ে লিখা হৈছিল?

উত্তৰঃ ধৰ্ম্ম


৭) পদ্মপুৰান কোনে লিখিছে-

উত্তৰঃ সুকবি নাৰায়ন দেৱ


৮) অৰুনোদয়ৰ প্ৰথম সম্পাদক কোন আছিল?

উত্তৰঃ নাথান ব্ৰউন



৯)হেমচন্দ্ৰ বৰুৱা কিহৰ বাবে বিখ্য়াত-

উত্তৰঃ দাৰ্শনিক লিখনি


১০) কাক অসমীয়াৰ ব্য়াস বুলি কোৱা হয়?

উত্তৰঃ ৰামসৰস্বতী


প্ৰিয় পাঠক! আজি আপোনালোকৰ সৈতে অসমীয়া সাহিত্য়ৰ ১০ টা অতি গুৰুত্বপূৰ্ন প্ৰশ্ন আৰু উত্তৰ আগবঢ়োৱা হল। আমি আশা কৰো অসমত হৈ থকা বিভিন্ন ধৰনৰ চৰকাৰী আৰু ব্য়ক্তিগত চাকৰিৰ প্ৰস্তুতিৰ বাবে এই প্ৰশ্ন আৰু উত্তৰবোৰ সহায়ক হব। আমি সদায় আপোনালোকৰ বাবে এনেধৰনৰ General Knowledge ৰ প্ৰশ্ন আৰু উত্তৰ লৈ আহিম। 

প্ৰতিদিনে চাকৰিৰ খবৰ আৰু General Knowledge ৰ প্ৰশ্ন আৰু উত্তৰ সকলোৰ আগত পাবলৈ আমাৰ সৈতে Social Platform  ত সংযোগ হওক। 

Whatsapp Group

Join Now

Facebook Group

Join Now

Like our Facebook Page

Like Now

Currentjobassam.Com এই ৱেবচাইট প্ৰকাশ কৰা Assam General knowledge ৰ প্ৰশ্ন আৰু উত্তৰ সমূহ বিভিন্ন ৱেবচাইট, কিতাপ ৰ পৰা লোৱা হৈছে । আমি উল্লেখ কৰা Gk Assam প্রশ্ন বিলাকৰ  উত্তৰ যদি ভুল হৈ থাকে অনুগ্ৰহ কৰি Comments কৰি জনাই দিব।

Post a Comment

0 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Top Post Ad

Below Post Ad

Ads Area