Ads Area

[PDF] Pedagogy notes PDF in Assamese | Padagogy for Assam TET- 2021

Pedagogy notes PDF in Assamese | Padagogy for Assam TET

In this article, you will know some important questions and answer about Pedagogy notes PDF in Assamese for Assam TET-2021 in the Assamese language. Also, you can download the PDF file link in the below article. 

Pedagogy notes PDF in Assamese


So, I would like to request you please read the full article you will be helpful from this article Pedagogy notes PDF in Assamese. You will know some Theory names and who is the father of this theory, which is frequently asked in various teaching examinations.


Pedagogy notes PDF in Assamese | Padagogy for Assam TET

  • কিন্ডাৰ গাৰ্ডেন স্কুলৰ প্ৰতিষ্ঠাপক- আগাষ্ট ফ্ৰবেল।

  • নাৰ্ছাৰী স্কুলৰ প্ৰতিষ্ঠাপক- মাৰ্গাৰেট মেকমিলান

  • মন্টেশ্বৰী স্কুলৰ প্ৰতিষ্ঠাপক- মাৰিয়া মন্টেশ্বৰী

  • বুদ্ধি পৰিমাপনৰ প্ৰথম অভীক্ষাৰ উদ্ভাৱক আছিল- আলফ্ৰেড বিনে

  • মানসিক স্বাস্থ্য বিজ্ঞানৰ জন্মদাতা আছিল- ডব্লিউ বিয়াৰ চাইমন

  • শিক্ষনৰ সংযোগবাদ তত্বৰ উদ্ভাৱক আছিল- থৰ্নডাইক

  • শিক্ষনৰ নীতি সমূহ আৰু বুদ্ধিৰ বহুকাৰক তত্ব আগবঢ়াইছিল- থৰ্নডাইক

  • শিক্ষনৰ অনুবন্ধনবাদ তত্বৰ (Conditioning Theory of Learning) উদ্ভাৱক- পেভলভ

  • মৌলিক অনুবন্ধনবাদ তত্বৰ উদ্ভাৱক আছিল- পেভলভ

  • ব্যৱহাৰিক অনুবন্ধনবাদ তত্বৰ উদ্ভাৱক আছিল-স্কীনাৰ

  • আবেগিক অনুবন্ধনবাদ তত্বৰ উদ্ভাৱক আছিল-ৱাটছন

  • গেষ্টাল্ট স্কুল অফ ছাইকোলজীৰ উদ্ভাৱক আছিল-ক’হলাৰ

  • শিক্ষনৰ স্থান্তৰকৰন- দ্বীকৰণ উদ্ভাৱক আছিল- স্পিয়েৰমেন

  • নেতিবাচক শিক্ষাৰ প্ৰৱৰ্তক আছিল- ৰুছো

  • ডাল্টন পৰিকল্পনাৰ উদ্ভাৱক আছিল- হেনেল পাৰ্কহাষ্ট

  • প্ৰজেক্ট পদ্ধতিৰ উদ্ভাৱক আছিল-কিলপেট্ৰেক

  • আবিস্কাৰ পদ্ধতি (হিউৰিষ্টিক পদ্ধতি) উদ্ভাৱক আছিল-এইচ ই আমষ্ট্ৰং

  • প্ৰশ্নউত্তৰ পদ্ধতিৰ উদ্ভাৱক আছিল-প্লেটো

  • খেলাৰ মাধ্যমে শিক্ষা পদ্ধতিৰ উদ্ভাৱক আছিল-কেডওৱেল কুক 

  • প্ৰোগ্ৰাম পদ্ধতিৰ উদ্ভাৱক আছিল-বি.এফ স্কিনাৰ

  • দ্বি-ভাষা পদ্ধতিৰ পদ্ধতিৰ উদ্ভাৱক আছিল- সি.কে উডছন 

  • শিশুকেন্দ্ৰীক পদ্ধতিৰ উদ্ভাৱক আছিল-ৰুছো

  • শিক্ষণ সুজুলীৰ ব্যৱহাৰৰ আৱিষ্কাৰক আছিল- ডি.এৰাছ থমাছ

  • মনোবিজ্ঞানৰ পিতূ-ওৱেলহেলম ওৱানডুড

  • শিক্ষা মনোবিজ্ঞানৰ পিতূ-থৰ্নডাইক
Join Telegram for more PDF Notes: Click Here

Read more,

Conclusion

In the above-mentioned article, you have known about some important Pedagogy notes PDF in Assamese that will help you for the upcoming Assam TET Examination-2021.
If you find this is helpful for you please share this article with your friends and family. Thank you for visiting, Good Luck🤟


Post a Comment

2 Comments
* Please Don't Spam Here. All the Comments are Reviewed by Admin.

Please don't enter any spam link in the comment box.

Top Post Ad

Below Post Ad

Ads Area